Sunday 13 October 2019


 আজিৰ এই দ্ৰুত গতিৰ পৃথিৱীত মানুহৰ হাতত সকলো আছে নাই কেৱল সময় । পুৱাৰ টিফিন, অফিচ, ঘৰ, স্কুল, টিউচন, বজাৰ, জিম আদি অনেক কাম । ঘড়ীৰ কাঁটাৰ লগত যেন বান্ধ খাই আছে আমাৰ এই জীৱন । অকনমান কম বেছ হলেই যেন সকলো শেষ ।
তাৰ মাজত অকনমান সময় উলিয়াই নিজৰ ভাল পোৱা গল্প কিতাপ এখন পঢ়িবলৈ আমাৰ সময় কত । মানুহৰ সকলোতকৈ ভাল বন্ধু কিতাপৰ পৰা আমি আজি বহু যোজন দুৰৈত । কিন্তু কোনো কথা নাই আপোনাৰ মবাইলটোতে এই সমস্যাৰ সমাধান আছে ।
দিনটোৰ অৱসাদৰ ওৰ পেলাবলৈ শিতানত মুৰ থৈ আপোনাৰ মবাইলত ইউটুৱ খুলি টাইপ কৰক “kahinixunuahok” ভৌতিক, ৰোমান্টিক, খুহুটীয়া আদি নতুন নতুন অসমীয়া গল্পই আপোনাক লৈ যাৱ এনে এখন পৃথিৱীলৈ, যি অকনমান সময়ৰ বাবে হলেও পাহৰাই দিব আপোনাৰ দিনটোৰ ভাগৰ ।
আপুনিও শুনক আৰু সকলোকে শুনাওক কাহিনী শুনো আহক”- A YouTube Channel .


Wednesday 2 October 2019

Presenting "Room No 302"  A suspense horror Story from Dipanka Sharma.




" দিগন্ত এজন ফটো সাংবাদিক গুৱাহাটীৰ পৰা প্ৰকাশিত এখন নামজ্বলা বাতৰি কাকতত কাম কৰে সি   বিভিন্ন ঠাই ভ্ৰমন কৰি দিগন্তই খুৱ ভাল পায় লগৰ বোৰে তাক ধেমালিতে, নাম কি দিছে, জানে ? হিউৱেনচাং   বেলেগ বেলেগ ঠাই ভ্ৰমন কৰা আৰু ভৌতিক গল্প পঢ়া  এই দুয়োটাই তাৰ হবি প্ৰফেছনৰ হেঁচাত সি বহুত ঠাই ঘুৰিবও লাগে হৱি আৰু প্ৰফেচন, দুয়োটাই মিলি যোৱাত সি অবশ্যে যথেষ্ট সুখী ভ্ৰমনৰ সময়ত, আমনিদায়ক সময় বোৰ পাৰ কৰিবলৈ,  সি উলিয়াই লয়, কোনো ভৌতিক গল্পৰ কিতাপ  "  Click the link above to listen the whole story.

Friday 19 October 2018

New romantic Story by - BASANTA NIROLA. কাহিনী শুনো আহক (Kahini Xunu Ahok) . নতুন প্ৰজন্মৰ লেখক সকলৰ ৰচিত, অসমীয়া চুটি গল্পৰ এক শ্ৰব্য সংকলন । Subscribe the channel Kahini Xunu Ahok and press the bell icon. Share to your friends.

এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছিল আৰু দেখা গৈছিল যে, অনুৰাগে ঈসিতাক আপোন কৰি ল’ৱ বিচাৰিছিল । সেয়েহে ঈসিতাৰ সৈতে অধিক সময় কটোৱাৰহে ভীষন হাৱিয়াস অনুৰাগৰ । কিন্তু হঠাৎ এৰাতি ঈসিতাৰ মোৱাইল ফোন চুইচ অ’ফ হৈ ৰ’ল । কিন্তু কিয় ? তাৰ পিছত কি হ'ল জানিবলৈ গল্পটো শুনো আহক ।


Wednesday 26 September 2018

শেখৰ ভট্টাচাৰ্য্যৰ নতুন গল্প , সুবিধাবাদী । কাহিনী শুনো আহক দীপাংক শৰ্ম্মাৰ সৈতে । Subscribe the channel for more stories. Also install the App "Kahini" from Google Play store.


Wednesday 18 July 2018


গেটখন বন্ধ কৰি মিনতি ওলাই আহিল। অলপ অলপ ঠাণ্ডা পৰিছে। দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে। কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল। কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ। মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভটি আহিব। চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই............ "Bibartan" - Lets listen Assamese Story by Pranjal Das presented by Kahini Xunu Ahok.

Sunday 8 July 2018

Welcome Rahul Rai. Our New Writer of Kahini Xunu Ahok. Presenting his First Story "Tomak Log Powar Smriti Bor"

Tuesday 3 July 2018

স্যামালীনা  নিমাত এইবাৰ, যেন কিছু ভাৱিবলৈ যত্ন কৰিছে । এনেতে বাইকখনে বি.জি. ৰোডয়েদি আগবাঢ়ি ড্রিছট্রিক লাইব্রেৰী পাৰ কৰিছে ।  আৰু তাৰ পাছত  .........
Kahini Xunu Ahok presents a new Assamese Short Story, written by Basanta Nirola.    Lets Listen "Yeh Silsila Hai Pyar Ka"   বসন্ত নিৰলাৰ এটি চুটি গল্প ।